অসম জিয়ৰী, Romanchita Choudhury সৰ্বভাৰতীয় প্ৰয্যায়ৰ IAPT (পদাৰ্থ বিজ্ঞান) প্ৰতিযোগিতাত দুটা পুৰস্কাৰেৰে জিলিকে।
গুৱাহাটী মহা নগৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় জালুকবাৰী স্থিত, দিননাথ চৌধুৰী আৰু শ্ৰি শশী প্ৰভা বৰাৰ সুযোগ্য সন্তান, শ্ৰী ৰোমাঞ্চিতা চৌধুৰীয়ে সৰ্বভাৰতীয় প্ৰয্যায়ৰ প্ৰতিযোগিতা "National Photo Essay Competition in Physics 2024 (NPECP-24)" Theme:- "Wonders of the Universe"ত "Supernova: the Grand Finale of a Dying Star " ফটো-প্ৰবন্ধটোত প্ৰথম পুৰস্কাৰ আৰু “ National Competition on Essay Writing in Physics 2024 (NCEWP-24)” Theme:- “Physics in music and musical instruments”ত “Music: The Soundtrack of Physics ” প্ৰবন্ধটোত দ্বিতীয় পুৰস্কাৰ লাভ কৰে। যোৱা 16 October 2024ত অনুষ্ঠিত Annual 38th Indian Association of Physics Teachers (IAPT) Convention 2024, Kangra, Himachal Pradeshত ৰোমাঞ্চিতাই পদ্মশ্ৰী Dr. H.C Verma, Mohali IISERৰ Dr. Arvind আৰু IAPTৰ সভাপতি Prof P.K. Ahluwaliaৰ পৰা এইদুইটা সৰ্বভাৰতীয় পুৰস্কাৰ লাভ কৰে। ৰোমাঞ্চিতাৰ দুইখন বিজয়ী প্ৰবন্ধ IAPTৰ official magazine, website আৰু youtube channelত উপলব্ধ। ...